Sunday , January 26 2020
শেহতীয়া খবৰ
Home / মহানগৰ / যুৱতী-মহিলালৈ এক অনন্য সুবিধা প্ৰদান

যুৱতী-মহিলালৈ এক অনন্য সুবিধা প্ৰদান

ষ্টাফৰিপৰ্টাৰ, ২৭ জুলাই : গুৱাহাটীৰ কৰ্মৰত যুৱতী-মহিলালৈ এক অনন্য সুবিধা প্ৰদান কৰিবলৈ আগুৱাই আহিছে গুৱাহাটী পৌৰ নিগম। এতিয়াৰ পৰা গুৱাহাটীৰ সকলো ৰেস্তোৰাঁ, পেট্ৰ’ল ডিপোসমূহত গ্ৰাহক নহ’লেও মহিলা-শিশুৱে ব্যৱহাৰ কৰিব পাৰিব তাৰ টয়লেট। এই খবৰে এতিয়া গুৱাহাটীৰ কৰ্মৰত যুৱতী-মহিলাসকললৈ আনন্দৰ বতৰা কঢ়িয়াই আনিছে।

About Staff Reporter

চাব পাৰে

দেশৰ ২৫ খনৰো অধিক আগশাৰীৰ আবাসীক শিক্ষানুষ্ঠানৰ সমাবেশ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : সন্তানৰ সু শিক্ষাক লৈ সচেতন অভিভাৱক সকলৰ বাবে বিদ্যালয় পৰ্য্যায়ৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *