Saturday , March 23 2019
Home / ৰাজনীতি / লালকিল্লাত ত্ৰিৰংগা উৰুৱাই নতুন ইতিহাস ৰচিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

লালকিল্লাত ত্ৰিৰংগা উৰুৱাই নতুন ইতিহাস ৰচিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

 

ষ্টাফৰিপৰ্টৰ : লালকিল্লাত ত্ৰিৰংগা উৰুৱাই নতুন ইতিহাস ৰচিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
৭২বছৰীয়া পৰম্পৰা ভংগ কৰি ত্ৰিৰংগা উৰুৱাই সুভাষ বসু জিন্দাবাদ ধ্বনি দিলে প্ৰধানমন্ত্ৰীয়ে। আজাদ হিন্দ চৰকাৰৰ ৭৫ বছৰীয়া প্ৰতিষ্ঠা দিৱসত ব্যতিক্ৰমী পদক্ষেপেৰে দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিলে মোদীয়ে।
নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ (স্বাধীন ভাৰত) ঘোষণাৰ ৭৫সংখ্যক বাৰ্ষিকী উদযাপন উপলক্ষে দেশ তথা ৰাজজুৰি আৰু গুৱাহাটী মহানগৰীত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। উল্লেখ্য ১৯৪৩ চনৰ আজিৰ দিনটোতে দেশৰ প্ৰথমখন স্বাধীন চৰকাৰ গঠনৰ ঘোষণা কৰিছিল নেতাজীয়ে।

About Staff Reporter

চাব পাৰে

দেশৰ প্ৰথমগৰাকী লোকপাল নিযুক্তি

  ষ্টাফৰিপৰ্টাৰ, ২০ মাৰ্চ, দেশৰ প্ৰথমগৰাকী লোকপাল হিচাপে নিযুক্ত হ’ল প্ৰাক্তন ন্যায়াধীশ পিনাকী চন্দ্ৰ ঘোষ। …

Leave a Reply

Your email address will not be published. Required fields are marked *