Wednesday , August 21 2019
শেহতীয়া খবৰ
Home / Beauty / লিভন ছেৰাম ফেচ অৱ নৰ্থ–ইষ্ট ছিজন–২ সৌন্দৰ্য প্ৰতিযোগিতাত চূড়ান্ত বিজয়ী ইম্ফলৰ জীয়ৰী ডানুবে থাংজাম।

লিভন ছেৰাম ফেচ অৱ নৰ্থ–ইষ্ট ছিজন–২ সৌন্দৰ্য প্ৰতিযোগিতাত চূড়ান্ত বিজয়ী ইম্ফলৰ জীয়ৰী ডানুবে থাংজাম।

লিভন ছেৰাম ফেচ অৱ নৰ্থ–ইষ্ট ছিজন–২ সৌন্দৰ্য প্ৰতিযোগিতাত চূড়ান্ত বিজয়ী ইম্ফলৰ জীয়ৰী ডানুবে থাংজাম।

গুৱাহাটীৰ প্ৰতিবেদক 16 জুন।।। লিভন ছেৰাম ফেচ অৱ নৰ্থ–ইষ্ট ছিজন–২ সৌন্দৰ্য প্ৰতিযোগিতাত চূড়ান্ত বিজয়ী ইম্ফলৰ জীয়ৰী হৈছে ডানুবে থাংজাম।প্ৰতিযোগিতাত প্ৰথম ৰানাৰ্ছ–আপ গুৱাহাটীৰ জিজ্ঞাসা কাশ্যপ আৰু দ্বিতীয় ৰানাৰ্ছ–আপৰ খিতাপ লাভ কৰে গুৱাহাটীৰ অনুষ্কা লেখাৰুৱে। গুৱাহাটীৰ মাছখোৱা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত শনিবাৰে অনুষ্ঠিত সৌন্দৰ্য প্ৰতিযোগিতাখনত বিচাৰক হিচাপে আছিল মিছ ইউনাইটেড নেচন্ছ ৰৌশনী হাছানে, গায়িকা অভিশ্ৰুতি বেজবৰুৱা আৰু ছবি নিৰ্মাতা সমুজ্জ্বল কাশ্যপ।

About Staff Reporter

চাব পাৰে

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ 

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ ফাৰ্ষ্ট নিউজ ,শিৱসাগৰ ২০ আগষ্ট ,   জয়ৰাপাৰ অঞ্চলৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *