Saturday , January 25 2020
শেহতীয়া খবৰ
Home / ৰাজনীতি / লোকসভাত উত্থাপন কৰা হ’ব কেব

লোকসভাত উত্থাপন কৰা হ’ব কেব

 

ষ্টাফৰিপৰ্টাৰ,৮ ডিচেম্বৰ :
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল উত্তপ্ত হৈ থকাৰ সময়তে সোমবাৰে লোকসভাত উত্থাপন কৰা হ’ব বিধেয়কখন। তাৰ বিপৰীতে বুধবাৰে উচ্চ সদন ৰাজ্যসভাত গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰিব বহু বিতৰ্কিত কেব।

About Staff Reporter

চাব পাৰে

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিবাদ

  ষ্টাফৰিপৰ্টাৰ, ৩ ডিচেম্বৰ : অসম বিধানসভাত আজি অভূতপূৰ্ব ঘটনা ঘটিছে।অসমৰ সম্পদ ব্যক্তিগত কৰণৰ বিৰুদ্ধে …

Leave a Reply

Your email address will not be published. Required fields are marked *