Thursday , September 19 2019
শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / লোকসভাৰ নতুন অধ্যক্ষ হ’ব ওম বিৰলা

লোকসভাৰ নতুন অধ্যক্ষ হ’ব ওম বিৰলা

 

ষ্টাফৰিপৰ্টাৰ, ১৮ জুন, লোকসভাৰ নতুন অধ্যক্ষ হ’ব ওম বিৰলা। ৰাজস্থানৰ কোটাৰ বিজেপি সাংসদ বিৰলা।আজি মনোনয়ন দাখিল কৰে ওম বিৰলাই।
কাইলৈ নিৰ্বাচন কৰা হ’ব লোকসভাৰ অধ্যক্ষ।
দ্বিতীয়বাৰৰ বাবে সাংসদ নিৰ্বাচিত হৈছে বিৰলা।
তিনিবাৰ ৰাজস্থান বিধানসভালৈ নিৰ্বাচিত হৈছিল বিৰলা।

About Staff Reporter

চাব পাৰে

প্ৰখ্যাত নাট্যকাৰ, অভিনেতা, পৰিচালক গিৰিশ কাৰ্নাডৰ মৃত্যু

  ষ্টাফৰিপৰ্টাৰ, ১০ জুন, প্ৰখ্যাত নাট্যকাৰ আৰু অভিনেতা, পৰিচালক গিৰিশ কাৰ্নাডে আজি শেষ নিশ্বাস ত্যাগ …

Leave a Reply

Your email address will not be published. Required fields are marked *