Wednesday , August 21 2019
শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / শনি গ্ৰহৰ ওপৰত টোকা লিখি প্ৰশংসিত শিশু

শনি গ্ৰহৰ ওপৰত টোকা লিখি প্ৰশংসিত শিশু

 

ষ্টাফৰিপৰ্টাৰ, ২৪ এপ্ৰিল, শনি গ্ৰহৰ ওপৰত টোকা লিখি প্ৰশংসিত হ’ল তেজপুৰৰ এটি কণমানি ছাত্ৰ৷ নাচা (NASA)ৰ পৰা প্ৰমাণপত্ৰ লাভ কৰিলে তেজপুৰ গুৰুকুল বিদ্যালয়ৰ সপ্তম মানৰ ছাত্ৰ সম্পূৰ্ণম সৰকাৰে।নাচা (NASA) ৰ দ্বাৰা বিশ্বৰ ভিতৰত আয়োজিত ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠ প্ৰতিযোগী হিচাপে বিবেচিত হয় সম্পূৰ্ণম সৰকাৰ। ৰাষ্ট্ৰীয় সাপ্তাহিক শিশু আলোচনী ৰবীন এজ (ROBIN AGE) ৰ যোগেদি পতা প্ৰতিযোগিতাত শনি গ্ৰহৰ উপগ্ৰহৰ ওপৰত বিস্তৃতভাৱে ৰচনা লিখি পঠিয়াইছিল সম্পূৰ্ণমে। ইয়াৰ পিছত নাচা (NASA) ৰ পৰা ই–মেইলযোগে এই শুভ বাৰ্তা লাভ কৰে।

About Staff Reporter

চাব পাৰে

লোকসভাৰ নতুন অধ্যক্ষ হ’ব ওম বিৰলা

  ষ্টাফৰিপৰ্টাৰ, ১৮ জুন, লোকসভাৰ নতুন অধ্যক্ষ হ’ব ওম বিৰলা। ৰাজস্থানৰ কোটাৰ বিজেপি সাংসদ বিৰলা।আজি …

Leave a Reply

Your email address will not be published. Required fields are marked *