Wednesday , July 17 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / শিলচৰত আৰক্ষী বিষয়াৰ চাঞ্চল্যকৰ কাণ্ড

শিলচৰত আৰক্ষী বিষয়াৰ চাঞ্চল্যকৰ কাণ্ড

 

ষ্টাফৰিপৰ্টাৰ, ১৮ জুন, শিলচৰত আৰক্ষী বিষয়াৰ চাঞ্চল্যকৰ কাণ্ড।
নিৰ্যাতিতাক থানাৰ ভিতৰতে নিৰ্যাতন আৰক্ষী বিষয়াৰ।
শিলচৰৰ তাৰাপুৰ আৰক্ষী চকীত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। নিৰ্যাতিতা মহিলাক প্ৰস্ৰাৱ খুৱাই দিয়াৰো অভিযোগ আৰক্ষীৰ বিৰুদ্ধে।
মহিলাগৰাকীয়ে স্বামীৰ বিৰুদ্ধে দিব গৈছিল অভিযোগ। দীৰ্ঘদিনে স্বামীয়ে মহিলাগৰাকীক চলাই আহিছিল নিৰ্যাতন।
স্বামীৰ বিৰুদ্ধে যোৱাৰ বাবেই আৰক্ষীৰ এই কাৰ্য।
এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ শিলচৰ চহৰত।

About Staff Reporter

চাব পাৰে

মিঞা কবিতাৰে অসমীয়া জাতি, বাঘ হাজৰিকাক অপমান কৰাৰ লগতে ভাতৃঘাটি সংঘাত লগোৱাৰ চেষ্টা

বঙাইগাঁৱত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ সংবাদ মেল মিঞা কবিতাৰে অসমীয়া জাতি, বাঘ হাজৰিকাক অপমান …

Leave a Reply

Your email address will not be published. Required fields are marked *