Wednesday , August 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / শিৱদৌলত পূজা-অৰ্চনা আগবঢ়ালে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে

শিৱদৌলত পূজা-অৰ্চনা আগবঢ়ালে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে

ষ্টাফৰিপৰ্টাৰ, ৮ ডিচেম্বৰ, শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। শিৱদৌলত পূজা-অৰ্চনা আগবঢ়ালে মুখ্য ন্যায়াধীশগৰাকীয়ে। মুখ্য ন্যাধীশগৰাকীৰ ভ্ৰমণৰ সময়ত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হয় শিৱদৌলত। দৌল চৌহদত সাধাৰণ জনতা, সাংবাদিকৰ প্ৰৱেশত বাধা আৰোপ কৰা হয়।

About Staff Reporter

চাব পাৰে

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ 

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ ফাৰ্ষ্ট নিউজ ,শিৱসাগৰ ২০ আগষ্ট ,   জয়ৰাপাৰ অঞ্চলৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *