Friday , October 18 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / শিৱসাগৰ ছেপাকটাক্ৰ’ সন্থা গঠন

শিৱসাগৰ ছেপাকটাক্ৰ’ সন্থা গঠন

শিৱসাগৰ ছেপাকটাক্ৰ’ সন্থা গঠন

ফাৰ্ষ্ট নিউজ, শিৱসাগৰ,১৪ ছেপ্টেম্বৰ : অসম অলিম্পিকত অনৰ্ভুক্ত
হোৱা ছেপাকটাক্ৰ’ নামৰ খেলবিধৰ শিৱসাগৰ জিলা সন্থাৰ কমিটীখন জয়সাগৰস্থিত কনক ভৱনত কেইজনমান বিশিষ্ট ক্ৰীড়াপ্ৰেমী আশাসুধীয়া প্ৰচেষ্টাত শিৱসাগৰীয়া ৰাইজৰ উপস্থিতিত গঠন হয় | কনক ভৱনত অনুষ্ঠিত হোৱা ৰাজহুৱা সভা খন সঞ্চালনা কৰে বিশিষ্ট ক্ৰীড়াবিদ প্ৰতাপ চাংকাকতিয়ে । শিৱসাগৰ টাং-চু-ডু ক্ৰীড়া কেন্দ্ৰৰ মূখ্য পৰিচালক মাষ্টাৰ বিচিত্র বুঢ়াগোহাঁইয়ে আঁত ধৰা উক্ত সভাখনত বিশিষ্ট ক্ৰীড়াপ্ৰেমী দেৱজিৎ দত্ত, ইমদাদুল্লাহ আহমেদ, হীৰেন দুৱৰা,শান্তনু বৰা,ৰিন্টু চুতীয়া আদি বহুকেইজনে মুল্যবান ভাষণ আগবঢ়াই আৰু খেলবিধৰ প্ৰয়োজনীয়তা আৰু প্ৰসাৰতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ সভাত সৰ্বসন্মতিক্ৰমে প্ৰতাপ চাংকাকতিক (নাইনা) সভাপতি, বিচিত্ৰ বুঢ়াগোহাঁইক সম্পাদক আৰু সত্যনাৰায়ন বৰুৱাক কোষাধ্যক্ষ হিচাপে লৈ এখনি বলিষ্ঠ সমিতি গঠন কৰা হ’য় ৷

About Staff Reporter

চাব পাৰে

বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অসমৰ খেলুৱৈৰ অংশগ্ৰহণ

বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অসমৰ খেলুৱৈৰ অংশগ্ৰহণ। পঙ্কজ নাথ, চাংসাৰি, ৫ অক্টোবৰ : উত্তৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *