Monday , March 30 2020
শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত টীম ৰত্নাকৰ

শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত টীম ৰত্নাকৰ

শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত টীম ৰত্নাকৰ

ফাৰ্ষ্ট নিউজ ,শিৱসাগ ২৪ চেপ্তেম্বৰ : যতীন বড়াৰ বিগ বাজেট ছবি ৰত্নাকৰৰ প্ৰচাৰৰ বাবে আজি টীম ৰত্নাকৰ সমুহ শিল্পী কলা কুশলী উপস্থিত হয় শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত আৰু শিৱসাগৰ কলেজ , জয়সাগৰত |
অভিনেতা যতীন বড়াই কয়, অসমীয়া ছবিজগতত মোৰ ৩০ বছৰীয়া যাত্ৰাৰ বহু অভিজ্ঞাৰ অন্তত এটা সপোন বাস্তৱ ৰূপ দিবলৈ গৈ আছো । ১১ অক্টাবৰত মুক্তি পাব ৰত্নাকৰ । দৰ্শকে ৰত্নাকৰক আকোৱালি লব বুলি আশাবাদী।
শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত প্ৰচাৰ চলাবলৈ আহি ছত্ৰী সকলৰ আমাৰ প্ৰতি যি মৰম আৰু যি উৎসাহ, উদ্দীপনা দেখিছো সেইয়া দেখি আমাৰ উৎসাহ আৰু বাঢ়িল বুলি ব্যক্ত কৰে। ৰত্নাকৰ চাবলৈ হিলদৌল ভাঙি আসমীয়া দৰ্শকক ওলাই আহিবলৈ অহ্বান অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ।
প্ৰচাৰ অভিযানত যতীন বড়া, বৰষাৰাণী বিষয়াৰ উপৰিও নৱনীতা শৰ্মা বড়া, পদ্মৰাগ গোস্বামী, মানসজ্যোতি দাস আৰু চয়নিকা বৈশ্য লগতে আৰু বহুকেইজন শীল্পি ৰত্নাকৰ প্ৰমোচনত অংশগ্ৰহণ কৰে |

About Staff Reporter

চাব পাৰে

নতুন অসমীয়া চলচ্চিত্ৰ “ৰাজকুমাৰী”ৰ বেনাৰ আৰু টিজাৰ মুকলি

  ষ্টাফৰিপোৰ্টাৰ, ১২ জানুৱাৰী : হীৰামন প্ৰডাকচনৰ প্ৰথম নিবেদন নতুন অসমীয়া চলচ্চিত্ৰ “ৰাজকুমাৰী”ৰ বেনাৰ আৰু …

Leave a Reply

Your email address will not be published. Required fields are marked *