Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / শিৱসাগৰ জেলৰ এজন কয়দীৰ জ্বৰ,কাঁহ,চৰ্দি আৰু শ্বাস-প্ৰশ্বাহজনিত সমস্যাক লৈ শিৱসাগৰ জেলত হাহাকাৰ

শিৱসাগৰ জেলৰ এজন কয়দীৰ জ্বৰ,কাঁহ,চৰ্দি আৰু শ্বাস-প্ৰশ্বাহজনিত সমস্যাক লৈ শিৱসাগৰ জেলত হাহাকাৰ

শিৱসাগৰ জেলৰ এজন কয়দীৰ জ্বৰ,কাঁহ,চৰ্দি আৰু শ্বাস-প্ৰশ্বাহজনিত সমস্যাক লৈ শিৱসাগৰ জেলত হাহাকাৰ

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ২৫ মাৰ্চ : শিৱসাগৰ জেলৰ এজন কয়দীক লৈ হাহাকাৰ পৰিস্থিতি । কাৰাৱাস খাতি থকা কয়দীজনৰ পুৱাৰে পৰা জ্বৰ,কাঁহ,চৰ্দি আৰু শ্বাস-প্ৰশ্বাহজনিত সমস্যা আৰম্ভ হোৱাত শিৱসাগৰ জেলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ততালিকে জেলৰ আৱাসিক চিকিৎসকে ৰোগীজনক পৰীক্ষা কৰি তৎকালীন ভাৱে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিবলৈ নিৰ্দেশ দিয়ে। বৰ্তমান শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ থকা ৰোগীজনক কৰ’নাভাইৰাছত আক্ৰান্ত হোৱাৰ পৰীক্ষা কৰোৱা হ’ব বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিব দিছে । এনে ঘটনাক কেন্দ্ৰ কৰি উৎকণ্ঠাৰ সৃষ্টি হৈছে জেলৰ কয়দী আৰু জেল কৰ্তৃপক্ষৰ মাজত ।উল্লেখযোগ্য যে যোৱা ২৩ মাৰ্চৰ পৰা শিৱসাগৰ জেলত ৰখা হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক ।

About Staff Reporter

চাব পাৰে

ত্ৰিপুৰাত ধৰা পৰিল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী*

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল : ত্ৰিপুৰাতো ওলাল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী। ইতিমধ্যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *