Thursday , April 9 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ম’বাইল চোৰ

শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ম’বাইল চোৰ

গোলাঘাট , ১৪ জুন : গোলাঘাটত ক্ৰমাৎ গাড়ী চুৰ, বাইক চুৰিৰ ঘটনা বৃদ্ধি পোৱাৰ লগতে ম’বাইল চুৰিৰ ঘটনাও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। কালি নিশা গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ম’বাইল চুৰি কৰিবলৈ আহি হাতে-লোটে ধৰা পৰে এটা ম’বাইল চোৰ।দীৰ্ঘদিনৰে পৰা চিকিৎসাধীন ৰোগী আৰু আত্মীয়ৰ ম’বাইল ফ’ন চুৰি হৈ আহিছিল যদিও দূৰ্ভাগ্যবশত কালি হাতে-লোটে ধৰা পৰে ৰাহুল দাস ওৰফে বিনোদ নামৰ গভাইত চোৰটো। ৰাইজে চিকিৎসালয়ৰ চৌহদতে চুৰ টোক উত্তম মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে। আৰক্ষীৰ জেৰাত আৰু তিনিটা চোৰ জড়িত থকাৰ কথা উল্লেখ কৰিছে চোৰটোৱে।

About Staff Reporter

চাব পাৰে

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও …

Leave a Reply

Your email address will not be published. Required fields are marked *