Sunday , January 26 2020
শেহতীয়া খবৰ
Home / মহানগৰ / শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেন্সন আঁচনি মুকলি

শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেন্সন আঁচনি মুকলি

 

ষ্টাফৰিপৰ্টাৰ, ৫ জানুৱাৰী, শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেন্সন আঁচনি মুকলি কৰা হৈছে। মঙলবাৰে মহানগৰীৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত এই আঁচনি মুকলি কৰে বিভাগীয় মন্ত্ৰী নৱ কুমাৰ দলেই। প্ৰথম পৰ্যায়ত এই আঁচনিৰ জৰিয়তে ৪ লাখ লোক উপকৃত হ’ব। কোনোধৰণৰ চৰকাৰী পেন্সন নোপোৱা ৰাজ্যৰ ৬০ বছৰৰ ওপৰৰ সকলো লোকে এই আঁচনিৰ জৰিয়তে মাহেকত ২৫০ টকাকৈ পাব। অৱশ্যে তেওঁলোকৰ সন্তানে চৰকাৰী গ্ৰেড–১ আৰু গ্ৰেড–২ চাকৰি কৰিলে বৃদ্ধ পিতৃ–মাতৃয়ে নাপাব এই পেন্সন।

About Staff Reporter

চাব পাৰে

দেশৰ ২৫ খনৰো অধিক আগশাৰীৰ আবাসীক শিক্ষানুষ্ঠানৰ সমাবেশ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : সন্তানৰ সু শিক্ষাক লৈ সচেতন অভিভাৱক সকলৰ বাবে বিদ্যালয় পৰ্য্যায়ৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *