Wednesday , January 29 2020
Home / আঞ্চলিক / শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ সামৰণি

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ সামৰণি

 

ষ্টাফৰিপৰ্টাৰ, ৯ ফেব্ৰুৱাৰী, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ শনিবাৰে সামৰণি পৰে। ৪ দিনীয়া কাৰ্যসূচীৰে বুধবাৰৰ পৰা অনুষ্ঠিত হৈছিল ৮৮সংখ্যক অধিৱেশন। উদুলি-মুদুলি হৈ পৰিছিল মৰিগাঁৱৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰ। হৰিনামৰ ধ্বনিৰে বিধৌত মৰিগাঁৱৰ আকাশ-বতাহ, অগণন ভক্তৰ সমাৱেশেৰে উখল–মাখল হৈ পৰা অধিৱেশনথলী আজি নিজম হৈ পৰে।

About Staff Reporter

চাব পাৰে

অসমত সৰ্বস্তৰত অসমীয়া ভাষা প্ৰয়োগৰ দাবী সদৌ অসম উন্নয়ন পৰিষদৰ

অসমত সৰ্বস্তৰত অসমীয়া ভাষা প্ৰয়োগৰ দাবী সদৌ অসম উন্নয়ন পৰিষদৰ ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত ব্যৱসায়িক প্ৰতিষ্ঠানৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *