Friday , May 24 2019
শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / শ্ৰীলংকাৰ বিস্ফোৰণত নিহতৰ সংখ্যা ৩৫৯জনলৈ বৃদ্ধি

শ্ৰীলংকাৰ বিস্ফোৰণত নিহতৰ সংখ্যা ৩৫৯জনলৈ বৃদ্ধি

 

ষ্টাফৰিপৰ্টাৰ, ২৪ এপ্ৰিল, শ্ৰীলংকাৰ বিস্ফোৰণত নিহতৰ সংখ্যা ৩৫৯জনলৈ বৃদ্ধি হৈছে। দেওবাৰে শ্ৰীলংকাৰ কলম্বোত হৈছিল ৮ টাকৈ বিস্ফোৰণ। ধাৰাবাহিক বিস্ফোৰণত এইপৰ্যন্ত ৩৫৯জনৰ মৃত্যু হৈছে। নিহতসকলৰ ভিতৰত ১৬গৰাকী ভাৰতীয় আছে। এই আত্মঘাতী বিস্ফোৰণত আহত হৈছে কেইবাজনো লোক।

About Staff Reporter

চাব পাৰে

কেডাৰনাথ দৰ্শন কৰি ৰুদ্ৰাভিষেক কৰিলে মোডীয়ে

  ষ্টাফৰিপৰ্টাৰ,১৮ মে’ : পুনৰ কেডাৰনাথ দৰ্শন কৰি ৰুদ্ৰাভিষেক কৰিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীযে। স্থানীয় …

Leave a Reply

Your email address will not be published. Required fields are marked *