Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / মহানগৰ / শ্ৰীশ্ৰীউগ্ৰতাৰা দেৱালয়ৰ বাসন্তী পূজা স্থগিত”

শ্ৰীশ্ৰীউগ্ৰতাৰা দেৱালয়ৰ বাসন্তী পূজা স্থগিত”

 

ষ্টাফৰিপোৰ্টাৰ, ২৬ মাৰ্চ :: ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী উগ্ৰতাৰা দেৱালয়ত ৩১মাৰ্চ’ৰ পৰা ২ এপ্ৰিললৈ অনুস্থিত হ’বলগীয়া শ্ৰী শ্ৰী বাসন্তী পূজা কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে চৰকাৰে ঘোষনা কৰা লকডাউনৰ বাবে স্থগিত ৰখা হৈছে বুলি উগ্ৰতাৰা দেৱালয় কৰ্তৃপক্ষই জানিবলৈ দিয়াৰ লগতে মা উগ্ৰতাৰা আৰু মা বাসন্তী দেৱীৰ ওঁ‌চৰত সমগ্ৰ বিশ্বৰে সকলো জনসাধাৰণক এই মহামাৰীৰ পৰা উদ্ধাৰ কৰিবলৈ প্ৰাৰ্থনা জনাইছে।

About Staff Reporter

চাব পাৰে

শ্ববে-বৰাত” উপলক্ষে নামাজ আৰু কবৰ জিয়াৰত নিজ নিজ ঘৰৰ পৰাই কৰিবলৈ অনুৰোধ গুৱাহাটী কবৰস্থান কমিটিৰ

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: ৰাজ্য চৰকাৰৰ নিৰ্দেশ নং এইছ এল এ/ ২৪৮/২০২০/২৫/ ২৩/০৩/২০২০ মৰ্মে …

Leave a Reply

Your email address will not be published. Required fields are marked *