Monday , August 26 2019
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / ষ্টুডিও লাইটছৰ প্ৰথম বৰ্ষপূতি পালন

ষ্টুডিও লাইটছৰ প্ৰথম বৰ্ষপূতি পালন

 

ষ্টাফৰিপৰ্টাৰ, ১১ আগষ্ট : গুৱাহাটীৰ ডাউন টাউন স্থিত ষ্টুডিও লাইটছে দেওবাৰে প্ৰথম বৰ্ষপূৰ্তি পালন কৰে। এই উপলক্ষে অনুষ্ঠিত এখন সংবাদমেল যোগে লাইটছৰ সহযোগী সত্বা ধীকাৰী ৰাহুল ভজনকাই কয় ” আমাৰ বৰ্ষপূৰ্তি উপলক্ষে এই সপ্তাহৰ ১২ আগষ্টৰ পৰা ১৫ আগষ্টলৈ প্ৰথম বর্ষপূৰ্তি পালন কৰা হ’ব। এই উপলক্ষে গ্ৰাহকক সকলো সমগ্ৰীতে ৫০ শতাংশ ৰেহাই দিয়া হ’ব । লগতে গ্ৰাহকে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বত্ৰ বিনামূলীয়া সংস্থাপনৰ সুবিধা লাভ কৰিব আৰু সকলো সমগ্ৰীতে ২ বছৰৰ ৱাৰেন্টী লাভ কৰিব। এই সময়ছোৱাত গ্ৰহকে ইয়াত সামগ্ৰী ক্ৰয় কৰিলে পুৰস্কাৰ বিজয়ৰ সুবিধা লাভ কৰিব।” উল্লেখ লাইটছৰ ইন্টেৰীয়ৰ ডিজাইনাৰ কাম কৰা কিষাণ আগৰৱালা, বসুবী বসুক ৰাহুল ভজনকাই ধন্যবাদ জনায়।

About Staff Reporter

চাব পাৰে

সৈন্য বাহিনীৰ কৰ্মচাৰীসকলৰ আতিথ্য সেৱাক অনন্য অভিজ্ঞতা প্ৰদানৰ ব্যৱস্থা

  ষ্টাফ ৰিপোৰ্টাৰ,,,,১৪ আগষ্ট।।। আপকাৰ্ড বিজিনেছ প্ৰাইভেট লিমিটেডৰ ব্ৰেণ্ড তথা সৈন্য অৰ্ধ সামৰিক বাহিনীৰ বাবে …

Leave a Reply

Your email address will not be published. Required fields are marked *