Friday , October 18 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / সদৌ অসম আমন্ত্ৰণমূলক ভলীবল প্ৰতিযোগিতাত গোলাঘাট ভলীবল কচিং চেন্টাৰৰ ৰানাৰ্চ আপ

সদৌ অসম আমন্ত্ৰণমূলক ভলীবল প্ৰতিযোগিতাত গোলাঘাট ভলীবল কচিং চেন্টাৰৰ ৰানাৰ্চ আপ

সদৌ অসম আমন্ত্ৰণমূলক ভলীবল প্ৰতিযোগিতাত গোলাঘাট ভলীবল কচিং চেন্টাৰৰ ৰানাৰ্চ আপ খিতাপ : গোলাঘাট , ৩০ ছেপ্টেম্বৰ : যোৱা ২৮ আৰু ২৯ তাৰিখে ধেমাজিৰ কাৱৈমাৰীত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত আমন্ত্ৰণমূলক ভলীবল প্ৰতিযোগিতাত গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ অন্তৰ্গত ভলীবল কচিং চেন্টাৰে ৰানাৰ্চ আপ খিতাপ অৰ্জন কৰে। কালি অনুষ্ঠিত হোৱা চূড়ান্ত খেলত ধেমাজিৰ ‘ক’ দলে গোলাঘাট কচিং চেন্টাৰ দলক ২-১ গেমত পৰাজিত কৰি বিজয়ী হ’য়। আনহাতে পুৰুষৰ খেলত যোৰহাট আৰু ধেমাজিৰ দলৰ মাজত অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত কাৰিকৰী বিজুটি ঘটাত অমীমাংসিত ভাৱে দুয়োটি দলকে বিজয়ী ঘোষণা কৰে।

About Staff Reporter

চাব পাৰে

বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অসমৰ খেলুৱৈৰ অংশগ্ৰহণ

বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অসমৰ খেলুৱৈৰ অংশগ্ৰহণ। পঙ্কজ নাথ, চাংসাৰি, ৫ অক্টোবৰ : উত্তৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *