Friday , February 28 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / সদৌ অসম স্নাতক প্ৰাথমিক শিক্ষক সংস্থাৰ সভা আহ্বান

সদৌ অসম স্নাতক প্ৰাথমিক শিক্ষক সংস্থাৰ সভা আহ্বান

*সদৌ অসম স্নাতক প্ৰাথমিক শিক্ষক সংস্থাৰ সভা আহ্বান*

প্ৰতিবেদক, ৰঙিয়া, ২৪ জুলাই :

সদৌ অসম স্নাতক প্ৰাথমিক শিক্ষক সংস্থাৰ অহা ২৮ জুলাইত শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত এখন সাধাৰণ সভা আহ্বান কৰা হৈছে। এই সভাাখন তেজপুৰ মিচন চাৰিআলীৰ নিকটৱৰ্তী কেতেকীবাৰী এম ভি স্কুল প্ৰাংগণত  দিনৰ ১১. ০০ বজাত অনুষ্ঠিত হ’ব।উক্ত সভাত স্নাতক প্ৰাথমিক শিক্ষক  সকলৰ দৰমহা সংগঠনৰ ভেটি, সৱলীকৰণ আদিৰ বিষয়ে আলোচনা কৰা হ’ব।অসমৰ প্ৰতিগৰাকী প্ৰাথমিক স্নাতক শিক্ষকক সভাৰ বিষয়ে জানিবলৈ ৯৪৩৫০- ৮০০৬৮ আৰু৭০০২৮-৩১৪৯৩ নাম্বাৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে উদ্যোক্তা সমিতিয়ে ।

প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া

About Staff Reporter

চাব পাৰে

বামুণি গাঁৱত ৩৬ গৰাকী মহিলা উদ্যোগীক সম্বৰ্ধনা

  , ষ্টাফৰিপোৰ্টাৰ,২৬ ফেব্ৰুৱাৰী।।।ইণ্টাৰগ্লোব ফাউণ্ডেশ্যনৰ পুঁজিৰে ধৃতি-“দ্যা কাৰেজ উইডইনে ৰূপায়ন কৰা প্ৰগতি প্ৰকল্পৰ অধীনত ক্ষুদ্ৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *