Sunday , February 23 2020
Home / আঞ্চলিক / সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত গুৱাহাটী ফুডিৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত

সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত গুৱাহাটী ফুডিৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত

ষ্টাফ ৰিপৰ্টাৰ।।।।৩০ আগষ্ট।।।। খাদ্য ৰসিকৰ ফেচবুক গোট গুৱাহাটী ফুডিয়ে যুৱ বিদ্যাৰ্থী  সকলক উদ্যোগীক জ্ঞান দিয়াৰ ক্ষেত্ৰত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত আয়োজন কৰে খাদ্য আৰু শিক্ষাৰ এক বিশেষ  অনুষ্ঠান  ইটুকেচনৰ দ্বিতীয় ডঃ সংস্কৰন। এই অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী ফুডীৰ এডমিন শিশিৰ কুমাৰ, অটম’টিভ প্ৰশিক্ষণ আৰু গৱেষণাৰ প্ৰতিষ্ঠাপক দৰ্শনা সেনগুপ্ত, গাঁও কা খানা শীৰ্ষক প্ৰযুক্তি প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক হিৰনময় গগৈ, গুৱাহাটী ম’ম ঘৰৰ প্ৰতিস্থাপক তপন কুমাৰ বৰুৱা কে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি।

About Staff Reporter

চাব পাৰে

চৰকাৰে বন্ধ কৰিবই সংস্কৃত টোল

  ষ্টাফৰিপোৰ্টাৰ, ২২ ফেব্ৰুৱাৰী : শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষা প্ৰদান বন্ধ কৰাৰ উদ্দেশ্যে ৰাজ্যত মাদ্ৰাছা আৰু …

Leave a Reply

Your email address will not be published. Required fields are marked *