Wednesday , March 20 2019
Home / আঞ্চলিক / সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত বিজেপি নেতাৰ প্ৰৱেশ নিষিদ্ধ

সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত বিজেপি নেতাৰ প্ৰৱেশ নিষিদ্ধ

 

 

ষ্টাফৰিপৰ্টাৰ, ১৪ জানুৱাৰী, সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত বিজেপি নেতাৰ প্ৰৱেশ নিষিদ্ধ। বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ছাত্ৰী একতা সভাৰ সৰ্বসন্মতিসন্মতি ক্ৰমে ল’লে এই সিদ্ধান্ত। কোনো অনুষ্ঠানত অংশ ল’ব নোৱাৰিব বিজেপি নেতাই। শীঘ্ৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভাৰ।

About Staff Reporter

চাব পাৰে

দৰং জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ সজাগতা দৌৰ

  ৰফিক তালুকদাৰ,বেছিমাৰী ২০ মাৰ্চ : দৰঙৰ মংগলদৈ চহৰত আজি দিনৰ ১০ বজাত দৰং জিলা …

Leave a Reply

Your email address will not be published. Required fields are marked *