Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / সমৰেন্দ্ৰ নাথ ফুকনৰ বিয়োগ

সমৰেন্দ্ৰ নাথ ফুকনৰ বিয়োগ

 

ষ্টাফৰিপোৰ্টাৰ, ২৫ মাৰ্চ : অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিষয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক সমৰেন্দ্ৰ নাথ ফুকনৰ যোৰহাটত বুধবাৰে পুৱা ৮ বজাত মৃত্যু হয়।বিগত দুসপ্তাহ ধৰি যোৰহাটৰ এখন ব্যক্তিগত নাৰ্চিং হোমত একাধিক ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ফুকনৰ মৃত্যুৰ সময়ত বয়স আছিল ৬১ বছৰ। প্ৰয়াত ফুকনে মৃত্যুৰ সময়ত দুগৰাকী পুত্ৰ আৰু এগৰাকী জীয়ৰীক এৰি থৈ যায়।

About Staff Reporter

চাব পাৰে

ত্ৰিপুৰাত ধৰা পৰিল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী*

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল : ত্ৰিপুৰাতো ওলাল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী। ইতিমধ্যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *