Sunday , January 26 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / সাংবাদিকৰ সুৰক্ষাৰ দাবীৰ গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী

সাংবাদিকৰ সুৰক্ষাৰ দাবীৰ গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী

ষ্টাফৰিপৰ্টাৰ, ২৯ এপ্ৰিল,সাংবাদিকৰ সুৰক্ষাৰ দাবীৰ গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। সদৌ অসম সাংবাদিক সন্থা ( আজু) ৰ উদ্যোগত সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসুচি গ্ৰহণ কৰা হয়। এই কাৰ্যসূচীত জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন, প্ৰশান্ত ৰাজগুৰু, মুনিন বায়ন, প্ৰকাশ মহন্ত আদিয়ে অংশগ্ৰহণ কৰে। সাংবাদিক আক্ৰমণকাৰীক শাস্তি প্ৰদানৰ দাবীত নাৰেংগীত কেইবাটাও সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। দুৰ্বৃত্তৰ আক্ৰমণ বলি কেইবাজনো সাংবাদিক। ক’লা বেজ পিন্ধি প্ৰেছ ক্লাবৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্যসূচীত ছাত্র সন্থা আৰু এ জে ৱাই চি পি এ ৰ অংশগ্ৰহণ কৰে। নাৰেংগী ব্যৱসায়ী সন্থায়ো প্ৰতিবাদ সাব্যস্ত কৰে।

About Staff Reporter

চাব পাৰে

বোকাখাতত অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী ‘: বোকাখাতত আজি অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ। …

Leave a Reply

Your email address will not be published. Required fields are marked *