Wednesday , January 29 2020
Home / আঞ্চলিক / সাংসদ বিজয়া চক্ৰৱৰ্তীৰ স্বামীৰ দেহাৱসান।

সাংসদ বিজয়া চক্ৰৱৰ্তীৰ স্বামীৰ দেহাৱসান।

# সাংসদ বিজয়া চক্ৰৱৰ্তীৰ স্বামীৰ দেহাৱসান।

গুৱাহাটীৰ প্ৰতিবেদক, 18 জুন।।।সাংসদ বিজয়া চক্ৰৱৰ্তীৰ স্বামীৰ সোমবাৰে দেহাৱসান ঘতে। বিয়লি ৪.৩০ বজাত দিছপুৰৰ GNRC হাস্পতালত মৃত্যু হয় জিতেন চক্ৰৱৰ্তীৰ। হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল চক্ৰৱৰ্তী। মৃত্যুৰ সময়ত চক্ৰৱৰ্তীৰ বয়স আছিল ৮২ বছৰ। তেঁওৰ মৃত্যুত মুখ্যমন্ত্ৰীয়ে গভীৰ শোক প্ৰকাশ কৰে।

About Staff Reporter

চাব পাৰে

অসমত সৰ্বস্তৰত অসমীয়া ভাষা প্ৰয়োগৰ দাবী সদৌ অসম উন্নয়ন পৰিষদৰ

অসমত সৰ্বস্তৰত অসমীয়া ভাষা প্ৰয়োগৰ দাবী সদৌ অসম উন্নয়ন পৰিষদৰ ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত ব্যৱসায়িক প্ৰতিষ্ঠানৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *