Tuesday , February 19 2019
Home / ৰাজনীতি / সাৰদা, লুই বাৰ্জাৰ কেলেংকাৰীত তিহাৰ জে’ললৈ যাব হিমন্ত বিশ্ব শৰ্মা’

সাৰদা, লুই বাৰ্জাৰ কেলেংকাৰীত তিহাৰ জে’ললৈ যাব হিমন্ত বিশ্ব শৰ্মা’

 

ষ্টাফৰিপৰ্টাৰ,৬ ডিচেম্বৰ, “সাৰদা, লুই বাৰ্জাৰ কেলেংকাৰীত তিহাৰ জে’ললৈ যাব হিমন্ত বিশ্ব শৰ্মা। বজালীৰ নিত্যানন্দত মন্তব্য বিধায়ক পবিন্দ্ৰ ডেকাৰ। মোদী পৰাস্ত হ’লে হিমন্ত বিশ্ব এ আই ইউ ডি এফত যোগদান কৰাত বাদে আন ৰাস্তা নাই বুলিও মন্তব্য ডেকাৰ। বজালীত জিলা দিম বুলি এসময়ত ঘোষণা কৰি এতিয়া হিমন্ত বিশ্ব শৰ্মাই পিঠি দিছে বুলিও কয় বিধায়কজনে।

About Staff Reporter

চাব পাৰে

বিজেপিয়ে গণতন্ত্ৰক বিশ্বাস কৰে—ৰঞ্জিত দাস

  ষ্টাফৰিপৰ্টাৰ, ১৩ ফেব্ৰুৱাৰী, বিজেপিয়ে গণতন্ত্ৰক বিশ্বাস কৰে। বিজেপিৰ যি প্ৰতিশ্ৰুতি আছিল ভাৰতত শৰণাৰ্থীসকলক মৰ্যাদা …

Leave a Reply

Your email address will not be published. Required fields are marked *