ষ্টাফৰিপৰ্টাৰ,৬ ডিচেম্বৰ, “সাৰদা, লুই বাৰ্জাৰ কেলেংকাৰীত তিহাৰ জে’ললৈ যাব হিমন্ত বিশ্ব শৰ্মা। বজালীৰ নিত্যানন্দত মন্তব্য বিধায়ক পবিন্দ্ৰ ডেকাৰ। মোদী পৰাস্ত হ’লে হিমন্ত বিশ্ব এ আই ইউ ডি এফত যোগদান কৰাত বাদে আন ৰাস্তা নাই বুলিও মন্তব্য ডেকাৰ। বজালীত জিলা দিম বুলি এসময়ত ঘোষণা কৰি এতিয়া হিমন্ত বিশ্ব শৰ্মাই পিঠি দিছে বুলিও কয় বিধায়কজনে।