Wednesday , July 17 2019
শেহতীয়া খবৰ
Home / ৰাজনীতি / সোনকালে সলনি নহয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি-তৰুণ গগৈ

সোনকালে সলনি নহয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি-তৰুণ গগৈ

 

ষ্টাফৰিপৰ্টাৰ, ৬ জুন, সোনকালে সলনি নহয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি- প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এই মন্তব্য কৰে। ‘নেতৃত্বক লৈ দলৰ ভিতৰত বাদানুবাদ চলিয়েই থাকে। ১৫ আৰু ১৬ জুনত প্ৰদেশ কংগ্ৰেছৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ’ব।’ৰাহুল গান্ধীয়ে সভাপতিৰ পদ ঘূৰাই লোৱাৰ সম্ভাৱনা নাই’। ৰাহুলে এবাৰ যি কয়, সেই কথা সলনি নকৰে’। এ আই চি চি ত সভাপতি হ’ব পৰা মানুহ নাই বুলিও মন্তব্য কৰে। শীঘ্ৰেই নেতৃত্ব সলনি হ’ব কংগ্ৰেছৰ। ৰাষ্ট্রীয় স্তৰত ৰাহুল গান্ধীয়ে সভাপতি পদ এৰিলেও অসম কংগ্ৰেছত চকী অক্ষত থাকিব ৰিপুণ বৰাৰ বুলিও কয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

About Staff Reporter

চাব পাৰে

মোদী মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ

  ষ্টাফৰিপৰ্টাৰ, ৩১ মে’ :মোদী মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ কৰা হৈছে। অমিত শ্বাহক গৃহমন্ত্ৰীৰ দায়িত্ব । …

Leave a Reply

Your email address will not be published. Required fields are marked *