Thursday , April 9 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / স্বাধীনতা দিৱসৰ পূৰ্বে গোলাঘাটত পিষ্টলসহ এজন

স্বাধীনতা দিৱসৰ পূৰ্বে গোলাঘাটত পিষ্টলসহ এজন

স্বাধীনতা দিৱসৰ পূৰ্বে গোলাঘাটত পিষ্টলসহ এজন আটক : গোলাঘাট ,৫ আগষ্ট : ১৫ আগষ্ট ,স্বাধীনতা দিৱসৰ পূৰ্বে নিৰাপত্তা জনিত কাৰণত গোলাঘাট আৰক্ষীয়ে চলোৱা অভিযানত দুটাকৈ পিষ্টলসহ এজন লোকক আটক কৰিবলৈ সক্ষম হ’য় গোলাঘাট আৰক্ষী। জানিব পৰা মতে , মেৰাপানী অঞ্চলৰ দ্বীপেন বৰা নামৰ এই লোকজনে স্বাধীনতা দিৱসত কোনো কূটা-ঘাটৰ লক্ষ্য কৰিয়েই এনেকৈ মৰানাস্ত্ৰ লগত ৰখাৰ আশংকা কৰা হৈছে। যদিও আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে।

About Staff Reporter

চাব পাৰে

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও …

Leave a Reply

Your email address will not be published. Required fields are marked *