Wednesday , August 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / স্বৰ্ণকন্যা হিমা দাসক অৰ্জুন বঁটা প্ৰদান

স্বৰ্ণকন্যা হিমা দাসক অৰ্জুন বঁটা প্ৰদান

ষ্টাফৰিপোৰ্টাৰ:  স্বৰ্ণকন্যা হিমা দাসক মংগল বাৰে অৰ্জুন বঁটা প্ৰদান কৰা হয়। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ হাতৰ পৰা এই সন্মান গ্ৰহণ কৰে হিমা দাসে। এছিয়ান গেম্ছত তিনিটাকৈ পদক লাভেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল অসম কন্যা হিমা দাসে।

About Staff Reporter

চাব পাৰে

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ 

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ ফাৰ্ষ্ট নিউজ ,শিৱসাগৰ ২০ আগষ্ট ,   জয়ৰাপাৰ অঞ্চলৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *