Sunday , April 5 2020
শেহতীয়া খবৰ
Home / মহানগৰ / সৰবৰহী ব্যক্তি প্ৰতুল বৰঠাকুৰৰ মৃত্যু

সৰবৰহী ব্যক্তি প্ৰতুল বৰঠাকুৰৰ মৃত্যু

 

ষ্টাফৰিপোৰ্টাৰ, ১৯ জানুৱাৰী : গুৱাহাটীৰ খাৰঘুলিৰ বনকোঁৱৰনগৰ নিবাসী অৱসৰ প্ৰাপ্ত অভিযন্তা প্ৰতুল বৰঠাকুৰৰ শুকুৰবাৰে মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ। মৃত্যুৰ সময়ত তেওঁ পত্নী, দুগৰাকী কন্যা, এগৰাকী জোঁৱাই, এগৰাকী ককায়েক সহ বহু আত্মীয় সহ বহু আত্মীয়ক এৰি থৈ যায়। প্ৰতুল বৰঠাকুৰে অঞ্চলটোৰ বিভিন্ন সামাজিক কামৰ সৈতে জড়িত হৈ আছিল। তেওঁৰ মৃত্যুত খাৰঘুলিৰ জ্যেষ্ঠ নাগৰিক সন্থা, খাৰঘুলি পেঞ্চনাৰ সন্থা, খাৰঘুলি পূজা মণ্ডপ সমিতিৰ লগতে অঞ্চলটোৰ কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

About Staff Reporter

চাব পাৰে

অসহায় লোকৰ মাজত মহাৰাজা অগ্ৰসেন চেৰিটেবল ট্ৰাষ্টৰ খাদ্য সামগ্ৰী বিতৰণ

  ষ্টাফৰিপোৰ্টাৰ, ৩১ মাৰ্চ : কোৰোনা ভাইৰাছে বিশ্বব্যাপি সন্ত্ৰাসৰ সৃষ্টি কৰিছে। ইতিমধ্যে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে …

Leave a Reply

Your email address will not be published. Required fields are marked *