Monday , August 26 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / সৰ্বভাৰতীয় ডাক – ভৰোত্তোলন, শক্তি উত্তোলন আৰু শ্ৰেষ্ঠ কায়া প্ৰতিযোগীতা

সৰ্বভাৰতীয় ডাক – ভৰোত্তোলন, শক্তি উত্তোলন আৰু শ্ৰেষ্ঠ কায়া প্ৰতিযোগীতা

 

ষ্টাফ ৰিপোৰ্টাৰ,,,,,।।।।। ৪ ফেব্ৰুৱাৰী।।। ৫ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰী লৈ গুৱাহাটীৰ ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়ামত অসম ডাক- পৰিমণ্ডল ক্ৰীড়া বিভাগৰ দ্বাৰা আয়োজিত ৩৪ সংখ্যক সৰ্বভাৰতীয় ডাক – ভৰোত্তোলন, শক্তি উত্তোলন আৰু শ্ৰেষ্ঠ কায়া প্ৰতিযোগীতা খনিৰ আয়োজন কৰা হ’ব।
ভাৰতবৰ্ষৰ ১৬ টা ডাক পৰিমণ্ডলৰ পৰা প্রায় ২০০ গৰাকী প্ৰতিযোগিতায়ে অংশগ্ৰহণ কৰিবলগীয়া উক্ত প্ৰতিযোগিততা খনৰ শুভাৰম্ভ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ভাৰতীয় ডাক বিভাগ, নতুন দিল্লীৰ মেম্বাৰ বিশ্বনাথ ত্ৰিপাঠী আৰু সামৰণি অনুষ্ঠানৰ মুখ্য অতিথি আৰু সন্মানীয় অতিথি ৰূপে উপস্থিত থাকিব অসম ডাক পৰিমণ্ডলৰ মুখ্য পোষ্ট মাষ্টাৰ জেনেৰেল বিশ্ব পৱন পতি আৰু মিষ্টাৰ উনিভাৰ্চ (২০১৮) গোলাপ ৰাভা। সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলযোগে এই কথা সদৰী কৰে পোষ্ট মাষ্টাৰ জেনেৰেল (অসম) চাৰ্কেল চোমকামেই আৰু অসম চাৰ্কেলৰ পৰিচালক কে.কেভিচুচাই।

About Staff Reporter

চাব পাৰে

হিমা দাসৰ স্বৰ্ণ পদক অৰ্জন 

        ষ্টাফৰিপৰ্টাৰ, ৪ জুলাই :  প’লেন্ডৰ পজনান এথলেটিকছ গ্ৰা প্ৰি ৰ ২০০ …

One comment

  1. "> With online betting showing steady growth in the last number of years, there isn't any shortage of
    free bets on offer form nearly all of the main bookmakers & betting exchanges in the UK, Ireland &
    Europe. In addition, the teams play one game weekly, which makes it all the more easier for follow mafia wars, unlike basketball or football where matches are played every day.

    Technology has facilitated highly secured and entertaining
    online betting. https://casinoview.net/firstcasino/

Leave a Reply to 퍼스트카지노 Cancel reply

Your email address will not be published. Required fields are marked *