Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / হাতত কোৰ লৈ নিজেই নামি পৰিল নলবাৰীৰ উপায়ুক্তঃ

হাতত কোৰ লৈ নিজেই নামি পৰিল নলবাৰীৰ উপায়ুক্তঃ

হাতত কোৰ লৈ নিজেই নামি পৰিল নলবাৰীৰ উপায়ুক্তঃ

ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰীঃ নলবাৰীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে শনিবাৰে পুৱাৰে পৰা হাতত কোৰ লৈ নিজেই নামি পৰিল চাফাই অভিযানত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰতৰ সপোন দিঠকত পৰিণত কৰাৰ উদ্দেশ্যে উপায়ুক্তগৰাকীয়ে নলবাৰী জিলা পুথিভঁৰাল প্ৰাঙ্গনৰ হাবি-জংঘল আদি কোৰ মাৰি চাফা কৰে। এই সম্পৰ্কত উপায়ুক্ত দেৱচৌধুৰীয়ে কয়- ‘আমি প্ৰশাসন তথা চৰকাৰী কৰ্মচাৰীসকলে নিজৰ কাৰ্যালয়ৰ লগতে আন অনুষ্ঠান, প্ৰতিষ্ঠান আদিও চাফ-চিকুণকৈ ৰাখি দৃষ্টান্ত দাঙি ধৰিব লাগে।’

About Staff Reporter

চাব পাৰে

শ্ৰদ্ধাঞ্জলি

আজি ইং 18-11-19 তাৰিখ সোমবাৰে গড়পোট শ্ৰী শ্ৰী জগদ্ধাত্রী পূজা মণ্ডপত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন …

Leave a Reply

Your email address will not be published. Required fields are marked *