Wednesday , June 19 2019
Home / আঞ্চলিক / হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত প্ৰতিক্ৰিয়া অখিল গগৈৰ- ‘

হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত প্ৰতিক্ৰিয়া অখিল গগৈৰ- ‘

 

ষ্টাফৰিপৰ্টাৰ,,হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্রকাশ কৰে অখিল গগৈয়ে।- ‘কৃষক নেতা গৰাকীয়ে কয় “তেওঁ যে নিজে আদা বেপাৰী বুলি অৱশেষত নিজকে মানি ল’লে আৰু গৃহ বিভাগ ব্যৰ্থ হোৱা বুলি মানি ল’লে, গৃহ বিভাগলৈ ঠেলি দি তেওঁ অন্তত স্বীকাৰ কৰিলে যে গৃহ বিভাগ ব্যৰ্থ, এজন মন্ত্ৰীয়ে সেই কথা কোৱা পিছত এতিয়া সৰ্বানন্দ সোনোৱালে পদত্যাগ কৰিব লাগে।’

About Staff Reporter

চাব পাৰে

ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ 

ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ নাৰ্ছিংহোমৰ আই চি ইউত মৃত্যুৰে যুঁজিছে ৰঙিয়াৰ যুৱকে উত্তৰ কামৰূপ, ১৮ …

Leave a Reply

Your email address will not be published. Required fields are marked *