Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / হেভেলছৰ গুৱাহাটী প্লেন্টৰক অনা- চাহ খণ্ডত সৰ্বোত্তম কমপ্লায়েন্স ফেক্টৰী হিচাপ স্বীকৃতি প্ৰদান

হেভেলছৰ গুৱাহাটী প্লেন্টৰক অনা- চাহ খণ্ডত সৰ্বোত্তম কমপ্লায়েন্স ফেক্টৰী হিচাপ স্বীকৃতি প্ৰদান

 

ষ্টাফ ৰিপ’ৰ্টাৰ,,,২৭ নৱেম্বৰ।।।। ভাৰতৰ এক অগ্ৰণী ফাষ্ট মোভিং ইলেকট্ৰনিক কোম্পানীক বুধবাৰে ১৯৮৭ৰ অধীনত সৰ্বোত্তম কম্পপ্লায়েন্স থকা কোম্পানী অনা-চাহ খণ্ড’ হিচাপে ঘোষণা কৰিলে।অসম চৰকাৰৰ শ্ৰম বিভাগে ৰাজ্যখনৰ আটাইবোৰ চাহ বাগিচাত উৎপাদন খণ্ডত চলোৱা এক সমীক্ষাৰ ভিত্তিত শ্ৰেষ্ঠত্ব অর্জন কৰিবলৈ সক্ষম হয়।কোম্পানীটোৱে। “শ্ৰমিক কল্যাণ দিৱস”উপলক্ষে এক অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উক্ত বঁটা প্ৰদান কৰে। এই সন্দৰ্ভত হেভেলছ ইণ্ডিয়া লিমিটেডৰ হ’ল টাইম ডাইৰেক্টৰ অমিত কুমাৰ গুপ্তই অসমত সৰ্বোত্তম কমপ্লায়েন্সৰ বঁটা লাভ কৰা প্ৰথমটো উৎপাদন কোম্পানী হিচাপে অতি আনন্দিত হোৱা বুলি বুলি নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰে”। মনকৰিবলগীয়া যে, অসমৰ এগৰাকী প্ৰখ্যাত শ্ৰমিক নেতা প্ৰয়াত সন্তোষ কুমাৰ তপ্ন’ৰ জন্মদিন হিচাপে শ্ৰমিক দিৱস পালন কৰা হয়।

About Staff Reporter

চাব পাৰে

আন্ত:ৰাষ্ট্ৰীয় ফেশ্বন আৰু লাইফ ষ্টাইল ব্ৰেণ্ড মুমুছ’ৱে গুৱাহাটীত মুকলি কৰিলে ইয়াৰ দ্বিতীয়খন বিপণী

  ষ্টাফৰিপৰ্টাৰ,,,,,৬ ,ফেব্ৰুৱাৰী।।। আন্তঃৰাষ্ট্ৰীয় ফেশ্বন আৰু লাইফ ষ্টাইল ব্ৰেণ্ড মুমুছ’ৱে শুকুৰবাৰে ইয়াৰ গুৱাহাটীত ইয়াৰ দ্বিতীয় …

Leave a Reply

Your email address will not be published. Required fields are marked *