Wednesday , July 17 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / হোজাইৰ চাহাৰা ইণ্ডিয়া কাৰ্যালয়ত উত্তেজনা

হোজাইৰ চাহাৰা ইণ্ডিয়া কাৰ্যালয়ত উত্তেজনা

 

ষ্টাফৰিপৰ্টাৰ, ২০ মে’ : হোজাইৰ চাহাৰা ইণ্ডিয়া কাৰ্যালয়ত উত্তেজনাৰ সৃষ্টিৰ হয়। গ্ৰাহকৰ বীমাৰ ধন মোকলাই নিদিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এজেণ্টে কাৰ্যালয়ত তলা লগোৱাত ক্ষুব্ধ হৈ পৰে গ্ৰাহক।
গ্ৰাহকৰ ধন মোকলাই দিয়াৰ দাবীত প্ৰতিবাদ কৰে গ্ৰাহক সকলে। ৩০ লাখপৰ্যন্ত মেচ্যৰিটীৰ ধন নিদিয়াৰ অভিযোগ কৰে। কেইবা বছৰ ধৰি গ্ৰাহকৰ ধন মোকলাই নিদিয়াৰো অভিযোগ উত্থাপন কৰে।

About Staff Reporter

চাব পাৰে

মিঞা কবিতাৰে অসমীয়া জাতি, বাঘ হাজৰিকাক অপমান কৰাৰ লগতে ভাতৃঘাটি সংঘাত লগোৱাৰ চেষ্টা

বঙাইগাঁৱত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ সংবাদ মেল মিঞা কবিতাৰে অসমীয়া জাতি, বাঘ হাজৰিকাক অপমান …

Leave a Reply

Your email address will not be published. Required fields are marked *