Tuesday , January 22 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / হোমেন বৰগোহাঞিক ২০১৯ বৰ্ষৰ ‘ৰংবং তেৰাং সমন্বয় বঁটা’ প্ৰদান

হোমেন বৰগোহাঞিক ২০১৯ বৰ্ষৰ ‘ৰংবং তেৰাং সমন্বয় বঁটা’ প্ৰদান

 

 

 

ষ্টাফৰিপৰ্টাৰ, ১২ জানুৱাৰী, বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিক ২০১৯ বৰ্ষৰ ‘ৰংবং তেৰাং সমন্বয় বঁটা’ প্ৰদান কৰা হৈছে। বকলীয়াঘাটৰ চিংথুৰ প্ৰকাশনে আগবঢ়ালে এই সন্মান। উল্লেখ্য য পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ ৰূপকাৰ-সাহিত্যিক পদ্মশ্ৰী ৰংবং তেৰাঙৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি চিংথুৰ প্ৰকাশনে ২০১৭ চনৰ পৰা প্ৰতিবছৰে একোগৰাকীকৈ বিশিষ্ট ব্যক্তিক দিয়া হৈছে ‘ৰংবং তেৰাং সমন্বয় বঁটা’।

About Staff Reporter

চাব পাৰে

প্ৰতিবাদক পূৰ্ণ সহযোগ কৰিব সদৌ অসম কৰ্মচাৰী পৰিষদে

    ষ্টাফৰিপৰ্টাৰ, ২০ জানুৱাৰী, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আছুৰ প্ৰতিবাদক পূৰ্ণ সহযোগ কৰিব সদৌ …

Leave a Reply

Your email address will not be published. Required fields are marked *