Wednesday , January 29 2020
Home / আঞ্চলিক / ১৫ মে’ত ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল

১৫ মে’ত ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল

 

ষ্টাফৰিপৰ্টাৰ, ৪ মে’: ১৫ মে’ত ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। সিদিনা পুৱা ৯ বজাত ঘোষণা কৰা হ’ব ফলাফলসমূহ। ১১ বজাত ছাত্ৰ–ছাত্ৰীয়ে নিজ বিদ্যালয়ত লাভ কৰিব মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট। ছেবাৰ বৰ্ডৰ সভাত শনিবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এছ এম এছ আৰু ছেবাৰ বিভাগীয় ৱেবছাইটত পৰীক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল। এই বছৰত হাইস্কুল আৰু হাই মাদ্ৰাছা পৰীক্ষাত অৱৰ্তীণ হৈছিল ৩ লাখ ৫৪ হাজাৰ ১৪৩ গৰাকী পৰীক্ষাৰ্থী।

About Staff Reporter

চাব পাৰে

অসমত সৰ্বস্তৰত অসমীয়া ভাষা প্ৰয়োগৰ দাবী সদৌ অসম উন্নয়ন পৰিষদৰ

অসমত সৰ্বস্তৰত অসমীয়া ভাষা প্ৰয়োগৰ দাবী সদৌ অসম উন্নয়ন পৰিষদৰ ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত ব্যৱসায়িক প্ৰতিষ্ঠানৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *