Wednesday , January 23 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ১৭ নৱেম্বৰত হিন্দু বাংলাদেশীক অসমত সংস্থাপনৰ সমৰ্থনত ২৭ সংগঠনৰ গণ সমাৱেশৰ তীব্ৰ বিৰোধিতা আলফা নেতা জীতেন দত্ত আৰু প্ৰবাল নেওগৰ

১৭ নৱেম্বৰত হিন্দু বাংলাদেশীক অসমত সংস্থাপনৰ সমৰ্থনত ২৭ সংগঠনৰ গণ সমাৱেশৰ তীব্ৰ বিৰোধিতা আলফা নেতা জীতেন দত্ত আৰু প্ৰবাল নেওগৰ

 

ষ্টাফৰিপৰ্টাৰ: ,১৭ নৱেম্বৰত হিন্দু বাংলাদেশীক অসমত সংস্থাপনৰ সমৰ্থনত ২৭ সংগঠনৰ গণ সমাৱেশৰ তীব্ৰ বিৰোধিতা আলফা নেতাই। জীতেন দত্ত আৰু প্ৰবাল নেওগৰ ছচিয়েল মিডিয়াযোগে হিন্দু বাংলাদেশীৰ সমৰ্থনত আয়োজিত গণ সমাৱেশ প্ৰতিৰোধ কৰাৰ হুংকাৰ দিছে। জীতেন দত্ত আৰু প্ৰৱাল নেওগৰ। ৮৫৫ জন শ্বহীদৰ কেঁচা তেজক চূড়ান্ত অপমানেৰে জাতিধ্বংসী ষড়যন্ত্ৰত লিপ্ত সকলোকে কঠোৰ সকীয়নি আলফা নেতা দুজনৰ। ১৭ নৱেম্বৰত গুৱাহাটী মহানগৰ সম্পূৰ্ণৰূপে অৱৰোধ কৰাৰ অংগীকাৰ আলফা নেতা জীতেন দত্তৰ। প্ৰয়োজন সাপেক্ষে সমগ্ৰ অসম অৱৰোধ কৰাৰো হুংকাৰ দিয়ে আলফা নেতাগৰাকীয়ে। জাতীয় চেতনা থকা প্ৰতিজন অসমীয়াকে এই গণ সমাৱেশ প্ৰতিৰোধৰ বাবে ওলাই আহিবলৈ আহ্বান। জাতিক ভালপোৱা অসমৰ সকলো জাতি-জনগোষ্ঠীৰ ৰাইজক ১৭ নৱেম্বৰত বৃহৎ গণ প্ৰতিৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জীতেন দত্তৰ। অসমত হিন্দু বাংলাদেশীক সংস্থাপন কৰি জাতি-মাটি-ভেটি উদ্ধাৰৰ কথা কোৱাসকলক ১৭ নৱেম্বৰত মুখামুখি হ’বলৈ হুংকাৰ প্ৰৱাল নেওগৰ।

About Staff Reporter

চাব পাৰে

কল্পৰ উদ্যোগত “কল্পবৃক্ষ”

  ষ্টাফ ৰিপোৰ্টাৰ।।। ২১ জানুৱাৰী।।। সাহিত্য, কলা- সংস্কৃতি আৰু সামাজিক সংহতিৰ প্ৰসাৰৰ অনুষ্ঠান কল্পই গুৱাহাটীত …

Leave a Reply

Your email address will not be published. Required fields are marked *