Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / ২০১৯ চনৰ অৰ্থনীতি বিজ্ঞানৰ বঁটা লাভ কৰে আমেৰিকাৰ তিনিগৰাকী শিক্ষাবিদে

২০১৯ চনৰ অৰ্থনীতি বিজ্ঞানৰ বঁটা লাভ কৰে আমেৰিকাৰ তিনিগৰাকী শিক্ষাবিদে

ষ্টাফৰিপৰ্টাৰ, ১৪ অক্টোবৰ : বিশ্বৰ দাৰিদ্ৰ নিৰ্মূলকৰণৰ হকে যোগোৱা পৰীক্ষামূলক অৱদানৰ বাবে ২০১৯ চনৰ অৰ্থনীতি বিজ্ঞানৰ বঁটা লাভ কৰে আমেৰিকাৰ তিনিগৰাকী শিক্ষাবিদ অভিজিত বেনাৰ্জী, এছথাৰ ডাফল’ আৰু মাইকেল ক্ৰেমাৰে।
আমেৰিকাৰ মাছাচুছেটছ ইনষ্টিটিউট অফ টেকন’লজীত কৰ্মৰত বেনাৰ্জী ভাৰতীয় মূলৰ। একে প্ৰতিষ্ঠানৰ এছথাৰ ডাফল’ বিগত ৫০ বছৰত অৰ্থনীতিৰ ন’বেল বঁটা পোৱা দ্বিতীয় গৰাকী মহিলা। আনহাতে মাইকেল ক্ৰেমাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ।

About Staff Reporter

চাব পাৰে

ৰাষ্ট্রপতিৰ অভিভাষণত গুৰুত্ব পালে এন আৰ চি প্ৰসংগই

  ষ্টাফৰিপৰ্টাৰ, ২০ জুন, সংসদৰ যুটীয়া অধিৱেশনত ৰাষ্ট্রপতিৰ অভিভাষণত গুৰুত্ব পালে এন আৰ চি প্ৰসংগই। …

Leave a Reply

Your email address will not be published. Required fields are marked *