Wednesday , July 17 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ২০১৯ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা ঘোষণা

২০১৯ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা ঘোষণা

 

ষ্টাফৰিপৰ্টাৰ, ১৫ জুন,২০১৯ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা ঘোষণা কৰা হৈছে। ৰেৱকান্ত মহন্ত আৰু কুমাৰী লাইতোনজম ইবেমপিশক দেৱীলৈ বঁটা আগবঢ়োৱা হৈছে।গোৱালপাৰাত তহচিল ময়দানত ২০ জুনত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা বিষ্ণু ৰাভা দিৱসৰ অনুষ্ঠানত
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বঁটা প্ৰদান কৰিব ।

About Staff Reporter

চাব পাৰে

মিঞা কবিতাৰে অসমীয়া জাতি, বাঘ হাজৰিকাক অপমান কৰাৰ লগতে ভাতৃঘাটি সংঘাত লগোৱাৰ চেষ্টা

বঙাইগাঁৱত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ সংবাদ মেল মিঞা কবিতাৰে অসমীয়া জাতি, বাঘ হাজৰিকাক অপমান …

Leave a Reply

Your email address will not be published. Required fields are marked *