Thursday , July 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ২০২২ চনৰ মাৰ্চৰ ভিতৰত অসমত চলিব বিদ্যুৎ চালিত ৰে’ল

২০২২ চনৰ মাৰ্চৰ ভিতৰত অসমত চলিব বিদ্যুৎ চালিত ৰে’ল

 

ষ্টাফৰিপৰ্টাৰ: ২০২২ চনৰ মাৰ্চৰ ভিতৰত অসমত চলিব বিদ্যুৎ চালিত ৰে’ল। অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বতে চলিব বিদ্যুৎ চালিত ৰে’ল।’- এই কথা জনালে ভাৰতীয় ৰে’ল ব’ৰ্ডৰ অধ্যক্ষ অশ্বিনী লোহানীয়ে৷ ৰে’লৰ খুন্দাত অসমত জীৱ-জন্তুৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভতো উদ্বেগ ব্যক্ত কৰি কয় “অসমৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জীৱ-জন্তু অহা যোৱা কৰা পথসমূহেৰে নতুনকৈ হ’বলগীয়া ৰে’ল লাইনসমূহৰ ক্ষেত্ৰত এনিমেল কৰিড’ৰত উৰণীয়া সেতুৰ ব্যৱস্থা কৰা হ’ব।’ ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে Operation Bee, যাৰ জৰিয়তে বিশেষকৈ হাতী বিচৰণ কৰা স্থানসমূহত কৃত্ৰিম মৌ মাখিৰ শব্দৰ জৰিয়তে হাতীসমূহক বাধা দিয়া হয়।

About Staff Reporter

চাব পাৰে

মন্ত্ৰী ভবেশ কলিতাৰ ৰঙিয়াৰ বান বিধ্বস্ত অঞ্ছলত সাহায্য প্ৰদান (ফটো)

মন্ত্ৰী ভবেশ কলিতাৰ ৰঙিয়াৰ বান বিধ্বস্ত অঞ্ছলত সাহায্য প্ৰদান৷

Leave a Reply

Your email address will not be published. Required fields are marked *