Sunday , January 26 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / ২০ জুনৰ ভিতৰত মুকলি হ’ব লাগিব পুৰণি শৰাইঘাট দলং

২০ জুনৰ ভিতৰত মুকলি হ’ব লাগিব পুৰণি শৰাইঘাট দলং

 

ষ্টাফৰিপৰ্টাৰ, ২৯ এপ্ৰিল, ২০ জুনৰ ভিতৰত মুকলি হ’ব লাগিব পুৰণি শৰাইঘাট দলং। মেৰামতিৰ কাম যুদ্ধকালীন তৎপৰতাৰে সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। সম্প্ৰতি দুটা শ্বিফ্টত বনুৱাই কাম কৰি আছে, তিনিটা শ্বিফ্টত কাম কৰাৰ পৰামৰ্শ মুখ্যমন্ত্ৰী সোণোৱালৰ। আজি শৰাইঘাটত উপস্থিত হৈ পুনৰ নিৰ্মাণৰ কামৰ বুজ ল’লে মুখ্যমন্ত্ৰী গৰাকীয়ে।

About Staff Reporter

চাব পাৰে

বোকাখাতত অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী ‘: বোকাখাতত আজি অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ। …

Leave a Reply

Your email address will not be published. Required fields are marked *