Wednesday , March 20 2019
Home / আঞ্চলিক / ২১ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল

২১ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল

 

ষ্টাফৰিপৰ্টাৰ: ২১ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল গুৱাহাটীৰ খেলত অংশগ্ৰহণৰ বাবে আলহী দলটোৰ আঠগৰাকী ক্ৰিকেটাৰ ক্ৰমে এছলে নাৰ্চ, মাৰ্লো ছেমুৱেল, চন্দৰপল হেনৰাজ, এভিন লুইছ, ফেবিয়েন এলেন, অশ্বানে ছমাছ, ৰ’ভমান প’ৱেল আৰু অ’বেড মেকক’য় আজি গুৱাহাটীত আহি উপস্থিত হ’য়। ৱেষ্ট ইণ্ডিজৰ বাকী খেলুৱৈ আৰু টীম ইণ্ডিয়াৰ ক্ৰিকেটাৰসকল ১৭ অক্টোবৰত পাবহি গুৱাহাটী। অৱশ্যে অধিনায়ক বিৰাট কোহলী আৰু শিখৰ ধৱন ১৮ অক্টোবৰত উপস্থিত হ’ব গুৱাহাটীত। ২১ অক্টোবৰত দুপৰীয়া ডেৰ বজাৰ পৰা আৰম্ভ হ’ব খেল।

About Staff Reporter

চাব পাৰে

দৰং জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ সজাগতা দৌৰ

  ৰফিক তালুকদাৰ,বেছিমাৰী ২০ মাৰ্চ : দৰঙৰ মংগলদৈ চহৰত আজি দিনৰ ১০ বজাত দৰং জিলা …

Leave a Reply

Your email address will not be published. Required fields are marked *