Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / ২১ দিনৰ বাবে সমগ্ৰ দেশত লক ডাউন

২১ দিনৰ বাবে সমগ্ৰ দেশত লক ডাউন

 

ষ্টাফৰিপোৰ্টাৰ, ২৪ মাৰ্চ :: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
২১ দিনৰ বাবে সমগ্র দেশত লক ডাউন কৰাৰ কথা মঙলবাৰে ঘোষণা কৰে। প্ৰধানমন্ত্ৰী গৰাকীয়ে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা দেশবাসীক ৰক্ষা পাবলৈ আৰু সজাগ হ’বলৈ ২১ দিন লকডাউন কৰাৰ কথা উল্লেখ কৰে।প্ৰধানমন্ত্ৰী মোদীয়ে কয় ” ২১ দিন লকডাউন যদি নিয়ন্ত্রণত নাথাকে দেশ ২১ বছৰ পিছুৱাই যাব।'”

About Staff Reporter

চাব পাৰে

তাজমহল চাবলৈ যাওঁতে ড’নাল্ড ট্ৰাম্প আৰু পৰিয়ালৰ সৈতে নাথাকে নৰেন্দ্ৰ মোদী*

  ষ্টাফৰিপোৰ্টাৰ, ২২ ফেব্ৰুৱাৰী : দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণলৈ অহা ড’নাল্ড ট্ৰাম্প আৰু পৰিয়ালে তাজমহল …

Leave a Reply

Your email address will not be published. Required fields are marked *