Tuesday , January 22 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ২৬ জানুৱাৰীৰ পূৰ্বে উজনি অসমত কূটাঘাতৰ পৰিকল্পনা আলফা (স্বাঃ)ৰ

২৬ জানুৱাৰীৰ পূৰ্বে উজনি অসমত কূটাঘাতৰ পৰিকল্পনা আলফা (স্বাঃ)ৰ

 

ষ্টাফৰিপৰ্টাৰ, ১১ জানুৱাৰী,২৬ জানুৱাৰীৰ পূৰ্বে উজনি অসমত কূটাঘাতৰ পৰিকল্পনা আলফা (স্বাধীন)ৰ। তিনিচুকীয়া জিলাৰ সীমান্তৱৰ্তী অঞ্চলত বাহৰ পাতিছে উগ্ৰপন্থী সংগঠনটোৰ দলে। এই সন্দৰ্ভত লাভ কৰা তথ্যৰ ভিত্তিত বৃহস্পতি আৰু শুকুৰবাৰে অভিযান চলায় আৰক্ষী আৰু অৰ্দ্ধ সামৰিক বাহিনীয়ে।

About Staff Reporter

চাব পাৰে

প্ৰতিবাদক পূৰ্ণ সহযোগ কৰিব সদৌ অসম কৰ্মচাৰী পৰিষদে

    ষ্টাফৰিপৰ্টাৰ, ২০ জানুৱাৰী, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আছুৰ প্ৰতিবাদক পূৰ্ণ সহযোগ কৰিব সদৌ …

Leave a Reply

Your email address will not be published. Required fields are marked *