Tuesday , January 22 2019
শেহতীয়া খবৰ
Home / ৰাজনীতি / ২৮ জানুৱাৰীৰ পৰা বিধানসভাৰ বাজেট অধিৱেশন

২৮ জানুৱাৰীৰ পৰা বিধানসভাৰ বাজেট অধিৱেশন

ষ্টাফৰিপৰ্টাৰ, ৩ জানুৱাৰী,২৮ জানুৱাৰীৰ পৰা বিধানসভাৰ বাজেট অধিৱেশন। ফেব্ৰুৱাৰীৰ শেষ ভাগলৈকে হ’ব এই অধিৱেশন।
৬ ফেব্ৰুৱাৰীত বাজেট দাখিল কৰাৰ সম্ভাৱনা
অধিৱেশনৰ কাৰ্যসূচীত ৰাজ্যপালৰ অনুমোদন
বিধানসভাৰ নতুন গৃহত এই অধিৱেশন হোৱাৰ সম্ভাৱনা।
কিছু কাৰিকৰী কাম বাকী আছে নতুন গৃহৰ
কাম শেষ হ’লেই নতুন গৃহত হ’ব অধিৱেশন
জনালে বিধানসভাৰ প্ৰধান সচিব মৃগেন্দ্ৰ কুমাৰ ডেকাই

About Staff Reporter

চাব পাৰে

আমিও ভূমিপুত্ৰ হিচাপে জাতিটোৰ দায়িত্ব লৈছোঁ, শেষপৰ্যন্ত জাতিৰ স্বাৰ্থত কাম কৰি যাম — সৰ্বানন্দ সোণোৱাল

  ষ্টাফৰিপৰ্টাৰ, ২০ জানুৱাৰী, “আমিও ভূমিপুত্ৰ হিচাপে জাতিটোৰ দায়িত্ব লৈছোঁ, শেষপৰ্যন্ত জাতিৰ স্বাৰ্থত কাম কৰি …

Leave a Reply

Your email address will not be published. Required fields are marked *