Sunday , February 23 2020
Home / আঞ্চলিক / ৩০ অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণৰ ৰায়দান

৩০ অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণৰ ৰায়দান

 

ষ্টাফৰিপৰ্টাৰ, ২৮ জানুৱাৰী,৩০ অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণৰ ৰায়দান। চি বি আই ৰ বিশেষ আদালতে দিলে ঐতিহাসিক ৰায়।
ৰঞ্জন দৈমাৰীসহ ১৩ জনক অভিযুক্তক দোষী সাব্যস্ত কৰিলে চি বি আই আদালতে।
দুজনক দোষমুক্ত কৰিলে আদালতে।অভিযুক্ত মৃদুল গয়াৰী আৰু নিলীম দৈমাৰীক দোষমুক্ত ঘোষণা আদালতৰ ।
বিস্ফোৰণত অভিযুক্ত ৰঞ্জন দৈমাৰী, জৰ্জ বড়ো, নীলিম দৈমাৰী, জয়ন্তী ব্ৰহ্ম, অজয় বসুমতাৰী, প্ৰভাত বড়ো, ৰাজু সৰকাৰ, খৰ্গেশ্বৰ বসুমতাৰী, ৰাজেন গয়াৰী, বি থৰাই, মিথু ব্ৰহ্ম, আনচাই বড়ো, ইন্দ্ৰ ব্ৰহ্ম, ল’ক বসুমতাৰী আৰু বৈশালী। ৯টা স্থানত সংঘটিত বিস্ফোৰণত ৮৮জন নিহত হোৱাৰ লগতে আহত হৈছিল ৫৪০জন নিৰীহলোক। মৃদুল গয়াৰীক বাদ দি ১৪জন অভিযুক্তক দোষী সাব্যস্ত।

About Staff Reporter

চাব পাৰে

চৰকাৰে বন্ধ কৰিবই সংস্কৃত টোল

  ষ্টাফৰিপোৰ্টাৰ, ২২ ফেব্ৰুৱাৰী : শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষা প্ৰদান বন্ধ কৰাৰ উদ্দেশ্যে ৰাজ্যত মাদ্ৰাছা আৰু …

Leave a Reply

Your email address will not be published. Required fields are marked *