Thursday , April 25 2019
শেহতীয়া খবৰ
Home / ৰাজনীতি / ৩০ মাৰ্চত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোডী

৩০ মাৰ্চত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোডী

 

ষ্টাফৰিপৰ্টাৰ, ২৩ মাৰ্চ, ৩০ মাৰ্চত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। দুখন নিৰ্বাচনী সভাত ভাগ ল’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে। গহপুৰত সম্বোধন কৰিব বিশাল নিৰ্বাচনী সভা। মৰাণত বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব মোদীয়ে। ১১ এপ্ৰিলত অনুষ্ঠিত হ’ব তেজপুৰ আৰু ডিব্ৰুগড় সমষ্টিত নিৰ্বাচন।

About Staff Reporter

চাব পাৰে

দেশৰ ১১৭টা সংসদীয় সমষ্টিত ৩য় পৰ্যায়ৰ নিৰ্বাচন

  ষ্টাফৰিপৰ্টাৰ, ২৩ এপ্ৰিল,আজি দেশৰ ১১৭টা সংসদীয় সমষ্টিত ৩য় পৰ্যায়ৰ নিৰ্বাচন হয়। ২০,১১৬টা ভোটকেন্দ্ৰত ১ …

Leave a Reply

Your email address will not be published. Required fields are marked *