Friday , May 24 2019
শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / ৩১ জুলাইত চূড়ান্ত এন আৰ চি প্ৰকাশ পাব লাগিব

৩১ জুলাইত চূড়ান্ত এন আৰ চি প্ৰকাশ পাব লাগিব

 

ষ্টাফৰিপৰ্টাৰ, ৮ মে’ : ৩১ জুলাইত চূড়ান্ত এন আৰ চি প্ৰকাশ পাব লাগিব। পুনৰ ৩১ জুলাইতে এন আৰ চি প্ৰকাশৰ নিৰ্দেশ দিয়া হৈছে। উচ্চতম ন্যায়ালয়ত চি জে আই ৰঞ্জন গগৈৰ বিচাৰপীঠত এন আৰ চি ৰ গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ। ১০ জুলাইত হ’ব এন আৰ চিৰ পৰৱৰ্তী শুনানি হ’ব। ওজৰ–আপত্তি নিষ্পত্তি কৰাৰো নিৰ্দেশ দিয়া হৈছে।

About Staff Reporter

চাব পাৰে

কেডাৰনাথ দৰ্শন কৰি ৰুদ্ৰাভিষেক কৰিলে মোডীয়ে

  ষ্টাফৰিপৰ্টাৰ,১৮ মে’ : পুনৰ কেডাৰনাথ দৰ্শন কৰি ৰুদ্ৰাভিষেক কৰিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীযে। স্থানীয় …

Leave a Reply

Your email address will not be published. Required fields are marked *