Wednesday , July 17 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ৪৩ ৰাজপত্ৰিত বিষয়াৰ আদালতত মুখথেকেচা

৪৩ ৰাজপত্ৰিত বিষয়াৰ আদালতত মুখথেকেচা

 

ষ্টাফৰিপৰ্টাৰ, ১৮ জুন, এ পি এছ চি ৰ ৪৩ ৰাজপত্ৰিত বিষয়াৰ আদালতত মুখথেকেচা। চাকৰি ঘূৰাই বিচাৰি উচ্চ ন্যায়ালয়ত আৱেদন কৰিছিল ৪৩ বিষয়াই।আজি উচ্চ ন্যায়ালয়ত আছিল প্ৰথম শুনানি। ৩০ জুলাইত হ’ব পৰৱৰ্তী শুনানি । উল্লেখযোগ্য যে পূৰ্বৰ নিৰ্দেশনামতে পুনৰ চাকৰি ঘূৰাই নাপাই ৰাজপত্ৰিত বিষয়াই।

About Staff Reporter

চাব পাৰে

মিঞা কবিতাৰে অসমীয়া জাতি, বাঘ হাজৰিকাক অপমান কৰাৰ লগতে ভাতৃঘাটি সংঘাত লগোৱাৰ চেষ্টা

বঙাইগাঁৱত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ সংবাদ মেল মিঞা কবিতাৰে অসমীয়া জাতি, বাঘ হাজৰিকাক অপমান …

Leave a Reply

Your email address will not be published. Required fields are marked *