Monday , June 17 2019
শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / ৫৩ বছৰত ভৰি দিলে বলীউডৰ জনপ্ৰিয় অভিনেতা ছলমান খানে

৫৩ বছৰত ভৰি দিলে বলীউডৰ জনপ্ৰিয় অভিনেতা ছলমান খানে

 

ষ্টাফৰিপৰ্টাৰ, ২৭ ডিচেম্বৰ, ৫৩ বছৰত ভৰি দিলে বলীউডৰ জনপ্ৰিয় অভিনেতা ছলমান খানে। নিশা ১২ বজাত কেক কাটি আত্মীয়–স্বজন আৰু বন্ধুবৰ্গৰে জন্মদিন পালন কৰিলে বলীউদৰ ছুপাৰ ষ্টাৰগৰাকীয়ে। ওপজা দিনত ছলমান খানক শুভেচ্ছা জনালে বলীউদৰ তাৰকাৰ লগতে বহু অনুৰাগীয়ে।

About Staff Reporter

চাব পাৰে

মনিপুৰী সংগীত পৰিচালকৰ ৰূপত অসমৰ প্ৰচাৰ বিমুখ প্ৰতিভাবান যুৱ বাদ্যশিল্পী দ্বীজেন বৈশ্য

মনিপুৰী সংগীত পৰিচালকৰ ৰূপত অসমৰ প্ৰচাৰ বিমুখ প্ৰতিভাবান যুৱ বাদ্যশিল্পী দ্বীজেন বৈশ্য। পঙ্কজ নাথ, চাংসাৰি, …

Leave a Reply

Your email address will not be published. Required fields are marked *